ছাত্ৰছাত্ৰীৰ বেংক একাউণ্ট খোলাৰ সন্দৰ্ভত সবিশেষ জানক

 ছাত্র ছাত্ৰীৰ বেংক একাউণ্ট খোলা সন্দৰ্ভত,,,,,


@অসম সৰ্বশিক্ষা অভিযান মিচনৰ১৪-০৯-২০২০ আৰু 06-10-2020 ইং তাৰিখত প্ৰেৰিত চিঠি যোগে বিদ্যালয়ৰ প্ৰথমমান শ্ৰেণীৰ   পৰা দ্বাদশ শ্ৰেণীৰ  সকলো ছাত্ৰ ছাত্ৰী য়ে বেংক হিচাপ বহী(Bank account)খোলাৰ  প্ৰক্ৰিয়া ৩০ নবেম্বৰ ২০২০তাৰিখৰ ভিতৰত সমাপ্ত কৰিব লাগিব ।


@এইক্ষেত্ৰত সকলো মাধ্যমিক আৰু প্রাথমিক বিদ্যালয় প্ৰধানক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ জনোৱা হ'ল।


@কোনে খুলিব পাৰিব?


i.সৰু ল'ৰা ছোৱালীৰ (minor) বাবে মাক/দেউতাকে।

ii .মাক/দেউতাকে অথবা আইনগত অভিভাৱকে (legel guardian)যৌথ একাউণ্ট (Joint Account )খুলিব পাৰিব।

iii.১০ বছৰ বা১০ বছৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ নামত বেংক একাউণ্ট খুলিব পাৰিব ।


@কেনেকৈ বেংক একাউণ্ট খুলিব,,,,


১০বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীৰ বাবে,,,,,


i,zero balance ত একাউণ্ট খুলিব পাৰিব ।

ii.ছাত্ৰ/ছাত্ৰীৰ লগত যৌথ বেংক একাউণ্ট যিটো অভিভাৱকেও লেন-দেন কৰিব পাৰিব।


১০ বছৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে,,,,


1.zero balance ত একাউণ্ট খুলিব পাৰিব ।

11.ছাত্ৰ ছাত্ৰীয়ে নিজৰ নামত বেংক একাউণ্ট খুলি নিজে লেন- দেন কৰিব পাৰিব।


@ক'ত খুলিব ? 


#বিদ্যালয়ৰ ওচৰত যিকোনো ৰাষ্ট্ৰীয়কৃত বেংক/বানিজ্যিক বেংকত খুলিব পাৰিব ।

#যি বেংকত SMC/SMDCৰ বেংক একাউণ্ট খোলা আছে তাত খুলিব পাৰিব ।

#তাৎক্ষনিকভাৱে ছাত্র ছত্ৰীক  ডেবিট কাৰ্ড (debit card )প্ৰদান কৰা বেংকত একাউণ্ট খোলাত অগ্ৰাধিকাৰ দিব।


@কেনে বিদ্যালয় অন্তৰ্ভুক্ত হব:::


1,চৰকাৰী/প্ৰাদেশিকৃত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী 

2, চাহ বাগিছাৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ  ছাত্ৰ ছাত্ৰী 

3,আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী /কস্তুৰুবা বালিকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী /বিশেষভাৱে প্ৰশিক্ষণ দিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী /আবাসিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী 

4, চৰকাৰী সাহাৰ্য্য প্ৰাপ্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী (স্বীকৃত/Recognised)

5,অপ্ৰাদেশিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী(অস্বীকৃত/Un -Recognised)

6,স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ  (Local board school) ছাত্র ছাত্ৰী

7, কেন্দ্ৰীয়/অন্যান্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী 

8,জনজাতি /সমাজ কল্যাণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী 

9,ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।


বেংক একাউণ্ট খোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয় প্ৰধানৰ পৰা ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰত প্ৰমানপত্ৰ খনেই তথ্য বুলি বিবেচিত  হব। Aadhaar number generate হোৱাৰ পিছত বেংক একাউণ্টৰ লগত লিংক কৰি দিয়া হ'ব। সদ্যহতে ইয়াকে KYC document হিচাপে গণ্য কৰা হ'ব।

[

 বাক্সা জিলাৰ সকলো বিদ্যালয়ৰ প্ৰধান সকলক জনোৱা হ'ল যে  প্ৰধান সকলে বাক্তিগত ভাবে বিদ্যালয়ৰ ওচৰৰ বেংকলৈ গৈ বিভাগৰ পৰা whatsapp যোগে প্ৰেৰণ কৰা পত্ৰ আৰু guideline ৰ এটা copy Bank Manager ক বিদ্যালয়ৰ প্ৰধানৰ এখন পত্ৰ সহ দিব আৰু বিষয়টো  আলোচনা কৰিব। 

কোনো বেংকএ যদি সহাঁৰি নিদিয়ে বিভাগলৈ লিখিত ভাবে জনাব লাগিব আৰু বিভাগে ততালিকে উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব। 


গোটেই প্ৰক্ৰিয়াটোত CRCC আৰু Block Accountant সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


বাক্সা জিলাৰ সৰ্ব শিক্ষা অভিযান মিছন(SSA) আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান(RMSA) ৰ দ্বাৰা প্ৰচাৰিত।



No comments:

Post a Comment