Paytm app remove from google play store | paytm app | Paytm app banned | in assamese | 2020

 



Google play store ৰ পৰা paytm app  remove হল ৷ আৰু এতিয়াৰে পৰা এই app টো ডাউনলড্ কৰিব নোৱাৰিব ৷ 

যদি আপুনিও paytm app ব্যৱহাৰ কৰে তেন্তে আপোনাৰ কাৰণে বেয়া খবৰ ৷ কাৰণ paytm app টো google play store ৰ পৰা remove কৰি দিয়া হৈছে ৷ যাৰ বাবে এই এপটো ডাউনলড্ কৰিব পৰা নাই ৷ paytm search কৰিলে paytm for business, paytm money, paytm Mall আদি appবোৰহে আহে ৷ 

   Paytm কেৱল play store ৰ পৰাহে remove হৈছে , কিন্তু যদি আপুনি i phone ব্যৱহাৰ কৰে তেতিয়া হলে এতিয়াও এই appটো আছে ৷ 


googleই এই সিদ্ধান্ত কি কাৰণে লৈছে এতিয়ালৈকে স্পষ্টকৈ কোৱা নাই ৷ আপোনাৰ মোবাইলত আগৰ পৰাই এই app টো আছে যদি এতিয়াও ব্যৱহাৰ কৰি থাকিব পাৰিছে ৷ কিন্তু আগলৈ এই app টো ব্যৱহাৰ কৰিব পৰা যাব নে নাই এই বিষয়ে এতিয়াও সঠিককৈ কব পৰা হোৱা নাই ৷ 




No comments:

Post a Comment