সাপে কামুৰিলে মৃতদেহ পানীত উটাই দিয়ে কিয় ?

 সাপে কামুৰিলে মানুহৰ মৃত্যু নহৈ শৰীৰৰ বিভিন্ন স্নায়ুতন্ত্ৰ নিস্তেজ হৈ পৰে ৷ 

বহুতেই সেই অচেতনতাকেই মৃত্যু বুলি ভাৱে ৷

 তেনে মানুহক কলগাছৰ ভূৰ বান্ধি পানীত উটাই দিয়ে ৷ 

পানীৰ জলীয় ভাপে আৰু শীতল কলগছৰ সংস্পৰ্শত কেতিয়াবা মানুহৰ শৰীৰত বিষৰ প্ৰভাৱ কমি স্নায়ুসমূহ পুনৰ সচল হৈ পৰে ৷ 

সেয়ে , কলৰ ভূৰত তুলি পানীত উটাই দিয়ে ৷ 

লগতে , কোনো উপযুক্ত বেজে মৃতদেহ জাৰি ফুকি জীয়াই তুলিব পাৰে বুলি ভাবিও এইদৰে উটাই দিয়া হয় ৷ 




No comments:

Post a Comment