Assam police previous year question paper | Assam police AB UB constable | Assam police question paper

 Assam police previous year question paper 

Assam police AB UB constable 

Assam police question paper

1. EXPLANATION ক যদি ক’ড ভাষাত EYQMAOAUIOO বুলি লিখা হয় তেন্তে একে ক’ডত OBVIOUSLY ক লিখা হ’ব ? 

(A) PCWJPVTMZ

(B) OCWIOUTMZ

(C) OCWJOVTMZ

(D) OCWIOVTMZ

Ans: (B)

2. TRIPPLE ক যদি SQHOOKD ক’ডত লিখা হয় তেন্তে DISPOSE ক লিখা হ’ব 

(A) ESOPCID 

(B) EJTPTF 

(C) DSOESPI

(D) CHRONRD

Ans: (D) 

3. ৰাজেনে মহিলাগৰাকীলৈ আঙুলিয়াই কৈছিল, “তাই সেই মহিলাগৰাকীৰ জীয়েক যি গৰাকী মোৰ মাৰ স্বামীৰ মাক ৷” মহিলাগৰাকী ৰাজেনৰ কোন হব 

(A) পেহী 

(B) জীয়েক 

(C) ভনীয়েক

(D) খুলশালী

Ans: (A)

প্ৰশ্ন নং 4 পৰা 6 লৈ তলৰ কথাখিনিৰ ভিত্তিত কৰা হৈছে - 

A, B, C, D, E, F নাটক ছয়খন মঞ্চত সোমবাৰৰ পৰা শনিবাৰলৈ মঞ্চস্হ কৰাৰ নিয়ম নিৰ্ধাৰণ কৰা আছিল এনেধৰণে - 

(i) A নাটকখন শুক্ৰবাৰে প্ৰদৰ্শন কৰা নহ’ব ৷ 

(ii) C নাটকখন প্ৰথম দিনা মঞ্চস্হ কৰা নহ’ব ৷ 

(iii) D নাটকখন বুধবাৰে মঞ্চস্হ কৰা হ’ব কিন্তু C নাটকখন প্ৰদৰ্শন কৰাৰ পিছতেই প্ৰদৰ্শন কৰা নহ’ব ৷ 

(iv) D আৰু F নাটক দুখনৰ প্ৰদৰ্শনৰ মাজত দুটা দিন থাকিব 

(v) E নাটকখন A নাটকখনৰ মঞ্চস্হৰ পিছতেই প্ৰদৰ্শন কৰা হব ৷ 


4. F নাটকখন কোনটো দিনত প্ৰদৰ্শন কৰা হ’ব ?

(A) সোমবাৰ      (B) শনিবাৰ 

(C) বৃহস্পতিবাৰ     (D) মংগলবাৰ 

Ans: (B) 

5. সোমবাৰৰ পৰা প্ৰদৰ্শন কৰা নাটখনিৰ ক্ৰম তালিকা তলৰ কোনটো শুদ্ধ ? 

(A) AEDBCF      (B) EADCBF

(C) EADFBC      (D) এটাও নহয় 

Ans: (A)

6. D নাটকখন কোনখন নাটকৰ পূৰ্বে প্ৰদৰ্শন কৰা হৈছিল 

(A) A          (B) B 

(C) C           (D) D

Ans: (A)

প্ৰশ্ন নং 7 ৰ পৰা 10 লৈ তলৰ কথাখিনিৰ ভিত্তিত কৰা হৈছে 

A + B ৰ অৰ্থ A হৈছে B ৰ পুতেক ৷ 

A - B ৰ অৰ্থ A হৈছে B ৰ পত্নী ৷ 

A × B ৰ অৰ্থ A হৈছে B ৰ ভাই ৷ 

A ÷ B ৰ অৰ্থ A হৈছে B ৰ মাক ৷ 

A = B ৰ অৰ্থ A হৈছে B ৰ ভনী ৷ 


7. S + T - U ৰ অৰ্থ কি ?

(A) U হৈছে S ৰ দেউতাক ৷ 

(B) U হৈছেহৈ S ৰ পুতেক ৷ 

(C) U হৈছে S ৰ খুৰাক ৷ 

(D) U হৈছে S ৰ ভাই ৷ 

Ans: (A)

8. P × R ÷ Q ৰ অৰ্থ কি ? 

(A) P হৈছে Q ৰ ভাই ৷ 

(B) P হৈছে Q ৰ দেউতাক ৷ 

(C) P হৈছে Q ৰ খুৰাক ৷ 

(D) P হৈছে Q ৰ ভতিজা ৷ 

Ans: (C) 

9. A = B + C ৰ অৰ্থ কি ? 

(A) A হৈছে C ৰ খুৰী ৷ 

(B) A হৈছে C ৰ জীয়েক ৷ 

(C) A হৈছে C ৰ ভতিজী ৷ 

(D) A হৈছে C ৰ ভনীয়েক ৷ 

Ans: (B)

10. J = K ÷ L ৰ অৰ্থ কি ? 

(A) J হৈছে L ৰ খুৰী ৷ 

(B) J হৈছে L ৰ ভনী ৷ 

(C) L হৈছে J ৰ ভতিজী ৷ 

(D ) L হৈছে J ৰ জীয়েক ৷ 

Ans: (C) 


ৰাজ্য চৰকাৰৰ নতুন আচনি : 

২ লাখ যুৱক যুৱতীয়ে পাব ৫০, ০০০ কৈ টকা

https://www.assamesets.com/2020/09/blog-post_9.html



































































 


No comments:

Post a Comment